Tuesday, 22 October 2024

Friday, 11 October 2024

সাহিত্যৰ নবেল বিজয়ী হান কাঙ

 

২০২৪ চনৰ বিশ্ব সব্বোচ সাহিত্যৰ নবেল বঁটা দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙলৈ প্ৰদান কৰা হৈছে। 

The Nobel Peace Prize- Nihon Hidankyo

১৯৪৫ চনৰ ৬ আৰু ৯ আগষ্টত হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাই দুটাকৈ পাৰমাণৱিক বোমা

বিস্ফোৰণ ঘটাই বহু জন-ধন ধ্বংস কৰিছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ সন্ধিক্ষণত ১৯৪৫ চন ৬ আগষ্টত  আমেৰিকাই পুৱা ৮.৪৫ বজাত জাপানৰ হিৰোচিমাত পাৰমাণবিক বোমা বিস্ফোৰণ ঘটাইছিল। এই বোমা বিস্ফোৰণ ইমানেই ভয়াবহ আছিল যে নিমিষতে হিৰোচিমা ধ্বংসস্তোপত পৰিণত হৈ গৈছিল। ঘৰবোৰ মাটিৰ লগত মিনি গৈছিল আৰু এক বৃহত্ অঞ্চল কলা ধোঁৱা-ছাইয়ে আগুৰি ধৰিছিল। আমেৰিকাই এই বোমাটোক সৰু ল'ৰা (Little boy) বুলি আখ্যা দিছিল। 

ইয়াৰ ঠিক তিনিদিনৰ পাছতেই, অথাত্ ৯ আগষ্টত নাগাচাকিত দ্বিতীয়টো বোমা নিক্ষেপ কৰিছিল। সেই বোমাটোক আমেৰিকাই শকত মানুহ (Fat man) বুলি অভিহিত কৰিছিল।  নিজৰ শক্তি প্ৰদশন কৰিবলৈ আমেৰিকাই বিস্ফোৰণ ঘটোৱা পাৰমাণৱিক বোমাই ধন-সম্পদ ধ্বংস কৰাৰ উপৰিও ১২০০০০ লোকে মৃত্যুক আকোৱালি ল'ব লগা হৈছিল। আনকি আজিও সেই ঠাইত পাৰমাণৱিক বোমাৰ বিস্ফোৰণৰ পাৰ্শ্বক্ৰীয়া বাবে পংগু মানপহকে ধৰি বিভিন্ন বিসংগতিৰ ৰোগ দেখা যায়।

মানহে মানুহৰ ওপৰত কৰা এই অপকৰ্মৰ পৰা মুক্ত পাবলৈ আৰু বোমাক্ৰান্তলোকক পুনৰুদ্ধাৰ তথা এক ব্যাপক জনমত গঢ়ি সমগ্ৰ বিশ্বত পাৰমাণৱিক বোমাৰ দৰে মানৱ সভ্য়তাৰ পৰিপন্থী কাৰ্য এক প্ৰায়োগিক দিশত আগুৱাই নিবলৈ চেষ্টা আৰু সফল হোৱাৰ বাবে জাপানৰ হিৰোচিমা আৰু নাগাচাকিৰ বোমা বিস্ফোৰণৰ জীৱিতসকলৰ এক সংগঠন "নিহন হিদাংক'" লৈ (NIHON HIDANKYO) ২০২৪ চনৰ নবেল বঁটা  ১১ অক্টোবৰত ঘোষনা কৰে। কোৱা হৈছে যে তেতিয়াৰ পৰা প্ৰায় ৮০ বছৰলৈকে বিশ্বত কতো পাৰমাণৱিক বোমা বিস্ফোৰণ হোৱা নাই। এই সংগঠনৰ লোকসকলৰ অশেষ কষ্ট আৰু ত্যাগৰ ফলত আজি বিশ্বত পাৰমাণৱিক বোমা বিপক্ষে কোটি কোটি জনতাৰ সমথনৰ কথা উল্লেখ কৰিছে।


Thursday, 10 October 2024

ৰসায়ন বিভাগৰ ন´বেল বঁটা

পৃথিৱীৰ হাজাৰ হাজাৰ বিজ্ঞানী  আৰু কোটি কোটি জনতাৰ উৎকণ্ঠা উৰ পেলাই বহু প্ৰত্যাশিত ৰসায়ন বিভাগৰ ন´বেল বঁটা কালি (৯ অক্টোবৰ, ২০২৪) পদার্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ ন'বেল প্রাপকক বাছনি কৰা 'ৰয়েল ছুইডিছ একাডেমী অব্ ছায়েন্সছ'-ঘোষনা কৰিলে। এইবাৰ পৃথিৱীশ্ৰেষ্ঠ এই বঁটা তিনিজনকৈ বিজ্ঞানীক প্ৰদান কৰা হৈছে। তিনিজন বিজ্ঞানীক দিব লগা বঁটাৰ ধনৰাশি দুটা ভাগত ভগাই দিয়া হৈছে। ইয়াৰে এভাগ দিয়া হৈছে আমেৰিকাৰ ছিয়াটলত থকা ৱাচিংন্টন বিশ্ববিদ্যালয়ৰ বিজ্ঞানী ডেভিদ বেকাৰক (David Baker) আৰু অন্য অংশ দিয়া হৈছে বৃটেইনৰ ৰাজধানী লণ্ডনত থকা গুগুল ডিপমাইণ্ড (Google Deep Mind) ৰ বিজ্ঞানীদ্বয় ডেমিছ হাছাবীচ্ (Demis Hassabis) আৰু জন এম. জাম্পাৰ (John M. Jumper) ক। 

ডেভিদ বেকাৰ (David Baker)

David Baker

৯৬২ চনত জন্মগ্ৰহণ কৰা বিজ্ঞানী ডেভিদ বেকাৰ আমেৰিকাৰ এজন প্ৰসিদ্ধ জৈৱ-ৰসায়নবিদ।  মানুহৰ দেহ গঠন তথা বিভিন্ন কাৰু-কাৰ্য্যত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা প্ৰ´টিন নামৰ জৈৱিক অণুবিধৰ গঠনৰ বিষয়ে গৱেষণা কৰি থকা বিজ্ঞানীজনে প্ৰ´টিন গঠনৰ মূখ্য উপাদান এমিন´ এচিডৰ সাল-সলনি কৰি দৰকাৰী নতুন প্ৰটিন প্ৰস্তুত কৰাই সমগ্ৰ বিশ্বৰ বিজ্ঞানক্ষেত্ৰখনত চমক সৃষ্টি কৰিছে। ২০০৩ চনত বেকাৰে এদল বিজ্ঞানীৰে সৈতে গৱেষণা আৰম্ভ কৰি প্ৰ´টিন গঠনৰ মূখ্য আধাৰ এমিন´ এচিডৰ সংগঠনৰ সালসলনি ঘটাই এলানি গুণগত নতুন প্ৰ´টিন প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান এই প্ৰ´টিন ব্যৱহাৰ কৰি বহু-ভেকচিন আৰু দৰৱ প্ৰস্তুত কৰা হয়। তেখেতৰ এই উদ্ভাৱনে সমগ্ৰ মানৱজাতিক উপকৃত কৰিছে। তাৰ স্বীকৃতি স্বৰূপে ২০২৪ চনৰ ৰসায়ন বিভাগৰ ন´বেল বঁটাৰ বাবে বিবেচিত হয়। আমি ডেভিদ বেকাৰক অভিন্দন জনোৱাৰ লগতে মানৱ জাতিলৈ আগবঢোৱা এই উদ্ভাৱনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছো।

ডেমিছ হাছাবীচ্ (Demis Hassabis)

১৯৭৬ চনৰ ২৭ জুলাইত লণ্ডনত জন্মগ্ৰহণ কৰা ডেমিচ হাছাবীচ বৰ্তমান গুগুলৰ ডিপমাইন্ড (Google DeepMind) মুখ্য কাৰ্যবাহী বিষয়া তথা প্ৰকল্পৰ বিজ্ঞানী। তেখেত এজন পৰিকলন বিজ্ঞানী (Computer Scientist) আৰু কৃত্ৰিম বুদ্ধিমত্ৰাৰ গৱেষক আৰু

Demis Hassabis

উদ্যোগী। তেখেতে প্ৰথমে ভিডিঅ গেম প্ৰগামাৰ আৰু ডিজাইনাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছিল। বৰ্তমান তেখেত গুগুল ডিপমাইনিংৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া। ইয়াৰ আগতেও তেখেতে বহুতো প্ৰতিষ্ঠানৰ সৈতে কম্পিউতাৰ আৰু মেচিন লাৰ্নিং ৰ সৈতে জড়িত কাম কৰিছিল। বৃটেইনৰ ৰাজধানী লণ্ডনত থকা 'গুগল ডীপমাইণ্ড'ৰ আন এজন বিজ্ঞানী জন জাম্পাৰ সৈতে ২০২০ চনত 'আলফা ফ'ল্ড-২' নামৰ কৃত্রিম বুদ্ধিমত্তাৰ এটা আর্হি প্রস্তুত কৰিছিল। এই আর্হিটোৰ জৰিয়তে বিজ্ঞানীসকলে প্রায় ২০ কোটি প্ৰ'টিনৰ গঠন ভার্চুৱেল পদ্ধতিৰে বুজি পাবলৈ সক্ষম হৈছে। থ্রী ডি (Three dimensional) আর্হিত প্র'টিনৰ গঠন অধ্যয়ন কৰিব পৰা অসাধাৰণ কৃতী 'আলফা ফ'ল্ড-২' বৰ্তমান ১৯০খন ৰাষ্ট্ৰৰ প্ৰায় ২০ লাখ বিজ্ঞানীয়ে ব্যৱহাৰ কৰি আছে। ইয়াৰ জৰিয়তে অতি জটিল প্ৰ'টিন অনুৰ গঠন বুজাত সহায়ক হৈছে আৰু অধিক কার্যক্ষম এন্টিবায়'টিক নির্মাণ কৰিব পৰা সম্ভৱ হৈ পৰিছে। তাৰোপৰি এই আৰ্হিৰ  সহায় লৈ বৰ্তমান মানৱ সভ্যতাৰ কাল হিচাপে থিয় দিয়া প্লাষ্টিক ধ্বংস কৰিব পৰা উতসেচক (Enzyme) প্রস্তুত কৰিব পৰা যাব বুলি কোৱা হৈছে। তেওঁলোকৰ এই বিৰল কৃতিত্বৰ বাবে এই বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ ন'বেল আগবঢ়োৱা হৈছে বুলি 'ৰয়েল ছুইডিছ একাডেমী অব্ ছায়েন্সেছ'-এ প্রকাশ কৰিছে।

জন এম. জাম্পাৰ (John M. Jumper)

John M. Jumper
১৯৮৫ চনত আমেৰিকা যুক্তৰাষ্টত জন্মগ্ৰহণ কৰা জন এম. জাম্পাৰ বৰ্তমান গুগুলৰ ডিপমাইন্ড (Google DeepMind) প্ৰযুক্তিৰ পৰিচালক। তেখেত প্ৰকৃততে এজন ৰসায়নবিদ আৰু পৰিকলন বিজ্ঞানী। ডেমিছ হাছাবীচ্ (Demis Hassabis) ৰ সৈতে একেলগে কাম কৰি উদ্ভাৱন কৰিলে এক যুগান্তকাৰী অধ্যায়। বৰ্তমান তথ্য প্ৰযুক্তিৰ সুচল মানৱ জীৱনৰ এক অনবদ্য অবদান। কৃত্তিম বুদ্ধিমত্তাই মানুহৰ দৈনন্দিন জীৱন যাত্ৰাত বহুতো কাম-কাজত সহায় কৰি প্ৰগতিৰ দিশত সহায় কৰিছে। এই দুজন বিজ্ঞানীও মানুহে সহজে বুজি নোপোৱা প্ৰটিনৰ অতি জটিল গঠন আলফা ফল্ড (AlphaFold) নামৰ কৃত্ৰিম বুদ্ধিমত্তাৰ আৰ্হি যোগেদি সহজসাধ্য কৰি তুলিলে। যি উদ্ভাৱনে মানৱ জাতিক জীৱ-বিজ্ঞান ক্ষেত্ৰখনত অধিক নতুন নতুন তথ্য আহৰণ কৰি স্বাস্থ্য আৰু চিকিতসাক্ষেত্ৰখত গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰিছে। তেখেতলোকৰ এই বিৰল কৃতিত্বৰ বাবে অভিনন্দন জনোৱাৰ লগতে মানৱ জাতিৰ কল্যাণৰ বাবে আগবঢ়োৱা অনবদ্য উপহাৰৰ বাবে কৃতজ্ঞতা জনাইছো।  

Thursday, 26 September 2024

Gardening

 Definition: A garden may be defined as a place for growing plants, exhibits various forms of plant life, which are consciously directed for ornamental or practical use or both.

Landscape gardening: Arrangement of trees, shrubs, climbers and various other plants together with the building, walks, drives, artificial and natural features for the use of humanity is termed as "landscape gardening".

Landscape architecture: It is the art of arranging land and landscape for human use, convenience and enjoyment.

Design: Design is the determination of the character of an object to serve a certain purpose known in advance. It is two types as follows-

i) Aesthetic designing: It is attractive and pleasing in appearance,

ii) Economic design: Economic design is meant to serve some practical and utilitarian purposes.

Types of Garden

Gardens are basically divided into two types- i) Formal Garden and ii) Informal Garden
i) Formal Garden- In such garden types all the entities are arranged symmetrical manner in a balanced mode- such as sharply defined edges, straight lines of planting, clipped hedges, man made levels and retaining walls. 
ii) Informal Garden- Informal gardens are assymmetrical with intelligent melting and merging points where planting is done in free flowing contours on curved lines and clipping is almost avoided.


Wednesday, 18 September 2024

Vitex negundo

Classification 

Kingdom - Plantae 

Order - Lamilales 

Family - Verbenaceae

Genus - Vitex 

Species - Vitex negundo L.

Vitex negundo, commonly known as Posotiya in Assamese, is a medium size tree widely used in folk medicine. It is an erect large shrub or small tree growing from 2 to 8 m in height, with grayish bark and quadrangular, densely whitish, tomentose branchlets. This plant is grow in Assam and traditionally use as medicine, vegetables, pesticides etc. Many people use this plant for the purpose of herbal medicine for the treatment of stomach disturbances, skin problems, health tonic etc. Traditionally used by farmers as a storage insecticide and a common insecticide. Plant is used in rituals, religious rites, as an insecticide and as medicine. Leaves, wet or dried, are used in grain storage in India. Used to treat ailments ranging from headache to migraine, skin affections to wounds and swelling, asthmatic pains, male and female sexual and reproductive problems.

Traditional Uses

Use of Vitex negundo has been reported in Charaka Samhita, the most ancient and authorative text book of Ayurveda, Unani and in Chinese traditional medicine systems.

Different parts of the plant have varied uses:

Leaf: anti- inflammatory, analgesic, removes foetid discharges and worms from ulcers, analgesic, antihistaminic property, snake venom neutralizing capacity, hepatoprotective and CNS depressant activities (Muthuswamy et. al., 2012);

Flowers- astringent, febrifuge, anti diarrhoeic; prescribed in liver complaint; Oil- applied to sinus, scrofulous sores.

Fruits -nervine stimulant, emmenagogue and vermifuge;

Seed- antitoxin;

Root- tonic, febrifuge, expectorant and diuretic;

Whole plant- galactagogue, emenagogue, antigastalgic, antiflatulant, antiparasitic and analgesic.

Sunday, 8 September 2024

Prokaryotic and Eukaryotic DNA- a size comparison

 There is a significant difference in size between prokaryotic and eukaryotic DNA.

Prokaryotic DNA

  • Size: Prokaryotic DNA is generally much smaller, typically less than 5 megabases (Mb) in size. For example, the genome of E. coli is approximately 4.6 Mb, which contains around 4,288 genes.
  • Structure: It is usually found in a single circular DNA molecule, located in the nucleoid region of the cell, and may also include smaller plasmids.
Prokaryotic DNA
Eukaryotic DNA
  • Size: Eukaryotic DNA is considerably larger, often exceeding 1 picogram (pg) and can reach sizes of several hundred megabases. For instance, the human genome is about 3,000 Mb, containing approximately 20,000-25,000 genes.
  • Structure: Eukaryotic DNA is linear and organized into multiple chromosomes, which are compacted with histone proteins to form chromatin within the nucleus.
       While prokaryotic DNA is smaller and circular, eukaryotic DNA is larger, linear, and organized into chromosomes, reflecting the greater complexity of eukaryotic organisms.
Eukaryotic DNA


Thursday, 5 September 2024

Ageratum conyzoides L

Botanical description: A softly hairy annual herb, 50.0-80,0 cm tall; root system gregarious; leaves opposite or alternate upper ones, 5.0-8.0-2.0-5.0 cm, ovate, acute, hairy; margins crenate, ciliate flowers white, blue or light purple; arranged in discoid heads, crowded on terminal peduncles; pappus of 5 scales, connate below, serrulate and aristate; achenes 5-angled, black.

Reproduce: The plant propagates by seed.

Flowers bloom in October and Fruiting is observed in April.

Distribution: Common to very common in cultivated fields as rice, wheat, maize, potato, jute, vegetables, tea, sugarcane etc. and also a common weed of non-cropped areas as-roadsides, river-stream-canal banks, railway lines and in waste places. Occurrence: Different places in Assam, Arunachal, Nagaland, Manipur, Meghalaya, and Tripura.

Uses: The different parts of the plant are used for medicinal purposes. This plant has antimicrobial properties.

References: Islam, M. (1996). In: Weeds of Northeast India. pp. 114

Scoparia dulcis L.

 Botanical description: An erect annual branched herb or undershrub. The plant is up to 40 - 70 cm tall; root system deep and branching; stem ribbed; leaves opposite or 3-neatly whorled, glandular, elliptic or rhomboid, 3.0 -4.0 x 1.5 2.0 cm; coarsely serrate, tappering at the base into a short petiole; flowers small, white or bluish-white, axillary, solitary or in racemes; capsule small, ovoid or globose.




Reference: Islam, M.(1996): In Weeds of Northeast India. pp. 241

Leucas aspera (Willd.) Link.

Local name: Assamese- Doron Bon; Bengali- Sheta Doron; Hindi- Bara Hal-Kus

Scientific name: Leucas aspera (Willd.) Link

Family: Lamiaceae

Botanical description: It is an erect diffused much branched hairy or hispid, aromatic herb. Plant is 30 - 50 cm tall. Stem stout, hispid, quadringular; leaves subsessile or short petioled, linear, narrowly oblong or oblong lanceolate, entire or distinctly crenate, narrowed at the base; flowers white, sessile in terminal and axillary, very dense whorls; nutlets smooth, oblong, brown.

Reproduction: Reproduce by seed. Most parts of the year flowering and fruiting is observed. It is very common herbs grow along with rice, maize, vegetables, flower gardens, orchards, roadside, etc.

Uses: Plant is used as medicine for the treatment of various diseases. Plant juice is used to treat sinusitis; tender leaves and young shoots are used as vegetables.

Reference: Islam, M. (1996), In weeds of Northeast India, pp.192.

জুবিন মানুহ নাছিলঃ মানুহধাৰী অৱতাৰ

প্ৰতি দিনে লাখ লাখ মানুহ পৃথিৱীলৈ আহে আৰু যায়। এই বৃহত্ নাট্যমঞ্চত কিবা কিবি ভাও দি নিজৰ নিজৰ স্থায়ী ঠিকনালৈ গুচি আকৌ গুচি যায়।  ভগৱানে বেলে...