Sunday, 2 November 2025

নমামিৰ প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চ

নামৰূপ সংগীত মহাবিদ্যালয় সৌজন্যত ড০ ভূপেন হাজৰিকাদেৱৰ মৃত্যু তিথি উপলক্ষে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমন্বয় মইনা পাৰিজাতৰ হৈ আমাৰ নমামি দুটা দলীয় গীত পৰিৱেশনত অংশগ্ৰহণ কৰে। এইটো নমামিৰ প্ৰথমটো ষ্টেজ পাৰফৰ্মেঞ্চ। এই অনুষ্ঠানত যোৱা ১৯ ছেপ্টেম্বৰ ২০২৫ ত ছিংগাপুৰত অকাল আৰু ৰহস্যজনকভাৱে মৃত্যু হোৱা অসমৰ সাংস্কৃতিক আইকন ড০ জুবিন গাৰ্গকো শ্ৰদ্ধা জ্ঞাপন কৰা হয়।

নমামিৰ ষ্টেজ পাৰফৰ্মেঞ্চ 




No comments:

Post a Comment

Bioresources of Assam

A bioresource is any biological resource obtained from living organisms or ecosystems that is useful to humans or has ecological, economic, ...