Wednesday, 29 October 2025

গুপুতে গুপুতে

গুপুতে গুপুতে অকলে এৰি থৈ 

ক'তেনো থাকাগৈ তুমি 

হিয়াৰে কোণতে অশ্ৰু ভাগৰে 

এতিয়া নীৰৱ হৈ তুমি 

চকু মেলা সাৰ পোৱা মোৰ হোৱা 

আকৌ এবাৰ কথা কোৱা মাত দিয়া 


চেচা চেচা আঙুলি 

ইয়াতো নহয় তুমি 

গধুলি গোলাপ মোৰ 

শুই থকা জননী 

নতুন ফাগুন মোৰ 

হেৰুৱা সপোন মোৰ

তোমাৰ এই পাৰিজাত তোমাকেই সামৰি....

গুপুতে গুপুতে ....

আজি শিশু মই গোৱাটো নিষেই গান 

এখোজী দুখোজি হাত ধৰি ধৰি

চকু মুদি তুমি চকু ধেমেলিয়া

নেচালা মোলে নিদিলা সঁহাৰি 


গুপুতে গুপুতে....

জুবিন গাৰ্গে তেখেতৰ মাতৃৰ বিয়োগত ৰঙা এইটো বিষাদৰ গান।

গানটো শুনিবলৈ ইয়াত ক্লিক কৰক

No comments:

Post a Comment

 নামৰূপত প্ৰস্তাৱিত Dimethylamine উদ্যোগ: ব্যৱহাৰ, স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত সম্ভাৱ্য প্ৰভাৱ নামৰূপত Dimethylamine (DMA) উৎপাদনৰ এটা উদ্যোগ...