Sunday, 18 May 2025

খণ্ড ২- ই-মেইল (Gmail) একাউন্ট কেনেকৈ খুলিব

আমি আগৰ খণ্ডটোত ব্লগাৰৰ বিষয়ে কিছু কথা শিকিলো। এতিয়া আমি কাম আৰম্ভ কৰাৰ আগতে এটা ই-মেইল একাউন্ট খোলাৰ কথা পাতো আহক। 

ইয়াৰ বাবে আপুনি প্ৰথমে গুগুলত এটা ই-মেইল আই. ডি. খুলিব লাগিব। মনত ৰাখিব ই-মেল আই. ডি. আপোনাৰ প্ৰকৃত নামেৰে খুলিব লাগিবআপোনাৰ চৰকাৰীভাৱে প্ৰদান কৰা আই. ডি. কাৰ্ড যেনে- পান কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাচ্ বুক আদিৰ সৈতে সুবহু নামেৰে গুগল একাউন্ট বা ই-মেইল খুলিব। গুগলত একাউন্ট খুলিবলৈ গুগলত Gmail টাইপ কৰি বিচাৰিব। তলত দিয়া ফটোখনৰ দৰে স্কীনত দেখা পাব।



তাৰ পাছত তলৰ ফমখনত বিচৰা ধৰণৰ তথ্যবোৰ দি একাউন্টটো খুলিব। যদি ১৮ বছৰৰ তলৰ ব্যক্তি হয় তেন্তে ব্লগাৰত বেৱচাইট তৈয়াৰ কৰাৰ সুবিধা নাপাব। তেনেস্থলত অভিভাৱক বা অন্য ১৮ বছৰৰ ওপৰৰ ব্যক্তিৰ নামত খুলিব লাগিব।



এইদৰে ই-মেইল একাউন্ট টো খুলি ৰেডি কৰি ল´ব। ইয়াৰ পৰৱতী খণ্ডত কেনেকৈ ব্লগাৰত বেৱচাইট চেটিং কৰিব পাৰি তাৰ বিষয়ে শিকিম।

No comments:

Post a Comment

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...