Thursday, 29 May 2025

ব্লগিং কৰি উৰ্পাজন কৰক

 আপোনাৰ নিজা ব্লগ তৈয়াৰ কৰক, একেবাৰে বিনামূল্যে আৰু উপাৰ্জন কৰক!

আপোনাৰ উৎসাহ বা প্ৰবল ইচ্ছা শক্তিৰ দ্বাৰা গোটেই বিশ্বত আপোনাৰ মনৰ কথা জনাব পাৰে। আপোনাৰ দৰে একে ধৰণৰ চিন্তা চৰ্চা কৰা মানুহৰ সৈতে ঘৰত থাকিও বিশ্বজগতৰ মানুহৰ আপোন হব পাৰে। এই বিশাল পৃথিৱীলৈ ঢাপলি মেলিবলৈ আপুনি ধন খৰচ কৰিব নালাগে। লাগে কেৱল অকণমান কৌশল য়াক বিনামূল্যে আয়ত্ব কৰিব পাৰে। তাৰে এক উৎকৃষ্ট মাধ্যম হৈছে ব্লগিং।  ব্লগিং হৈছে নিজৰ কথা প্ৰকাশ কৰাৰ আৰু আন মানুহৰ সৈতে সংযোগ স্থাপন কৰাৰ এটা উৎকৃষ্ট উপায়। Blogger.com-ত আপুনি একেবাৰে বিনামূল্যে নিজৰ ব্লগ বা ৱেবছাইট সৃষ্টি কৰিব পাৰেকোনো প্ৰযুক্তিগত দক্ষতাৰ প্ৰয়োজন নাই!

কিয় ব্লগিং আৰম্ভ কৰিব?

  • আপোনাৰ ধাৰণা, কোনো আমোদজনক কাহিনী বা আপোনাৰ দক্ষতা ভাগ-বতৰা কৰিব পৰা এক মাধ্যম
  • অনলাইনৰ যোগেদি আপুনি এক অনন্য ৰূপত নিজৰ উপস্থিতি গঢ়ি তুলিব পাৰে
  • আপোনাৰ দৰে উৎসাহভৰা মানুহৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে
  • নতুন নতুন দক্ষতা শিকাৰ এক বিশাল ক্ষেত্ৰৰ এগৰাকী হব পাৰে

উপাৰ্জনৰ সুযোগ:
আপোনাৰ ব্লগটোৱে সামদৰ লাভ কৰিলেই  আপুনি বিজ্ঞাপন, স্পনছৰ্ড পোস্ট আৰু এফিলিয়েট মাৰ্কেটিঙৰ জৰিয়তে উপাৰ্জন কৰিব পাৰে। বহু ব্লগাৰে নিজৰ উৎসাহকেই উপাৰ্জনৰ উৎসত পৰিণত কৰিছে!

আজিয়েই আৰম্ভ কৰকআপোনাৰ কণ্ঠই গুৰুত্বপূর্ণ!

ব্লগিংৰ বিষয়ে বিশদভাৱে জানিবলৈ এই লিংকত ক্লিক কৰক

No comments:

Post a Comment

চাকৰি খবৰ

Banking and Insurance Jobs 1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে । ...