Monday, 11 August 2025

পুনৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ সম্ভাৱনা

২২ এপ্ৰিল, ২০২৫। পেহেলগ্ৰামৰ প্ৰাকৃতিক মনোমোহা ৰম্যভূমিত পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ২৬ জন সিন্দু  তথা ২৫ জন ভাৰতীয়ৰ গোলিয়াই হত্য়া কৰা কথা কোনেও পাহৰিব পৰা নাই। সন্ত্ৰাসবাদীৰ ভূ-স্বৰ্গ পাকিস্তানৰ কুকৰ্ম আৰু তাৰ পাছতে ভাৰত-পাকিস্তানৰ লগতে বিশ্বজুৰি এক যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হল যি আজিও ভাৰত-পাকিস্তানৰ চুবুৰীয়া দেশসমূহতো যুদ্ধৰ বাতৰি বা যুদ্ধৰ দৰে পৰিৱেশ এটাই চেপা উত্তেজনা এটাই সকলোকে চাপত ৰাখিছে। 

সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতেই মে মাহৰ ৭, ৮, ৯ আৰু ১০ ভাৰত আৰু পাকিস্তানৰ মাজত তয়াময়া যুদ্ধ হল। পাকিস্তানৰ ভিতৰত সোমাই ভাৰতৰ বায়ুসেনাই ১০ টাতকৈ অধিক স্থানত তচনচ কৰি দিলে। পাকিস্তান ধাৰাসায়ী হ'ল। তাৰ পাছতেই পাকিস্তানৰ ফালৰ পৰা যুদ্ধ বিৰতি অনুৰোধ আহিল। গোটেই ঘটনাৰ অন্য ফালে ঢাল ল'লে।

Asim Munir, says in a dinner meeting that "India is shining, a Mercedes coming on a highway like a Ferrari, but we are a dump truck full of gravel. If the truck hits the car, who is going to be the loser?

No comments:

Post a Comment

POST-FERTILISATION : STRUCTURES AND EVENTS

          Following double fertilisation, events of endosperm and embryo development, maturation of ovule(s) into seed(s) and ovary into fru...