Tuesday, 28 July 2026

চাকৰি খবৰ

Banking and Insurance Jobs

1. Punjab National Bank (PNB) ত ৫৪৫ টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰে ৮৫ টা পদ অসমৰ বাবে ।  আবেদনৰ অন্তিম তাৰিখঃ ৯ আগষ্ট ২০২৬. Applications are invited for 545 Local Bank Officer posts in Punjab National Bank (PNB). Out of these, 85 posts are reserved for Assam. The last date to apply is 9 August 2026.

অৰ্হতাসম্পন্ন প্ৰাথীয়ে অনলাইন যোগে আবেদন কৰিব লাগিব। মনত ৰাখিব আবেদনৰ অন্তিম দিন 09-08-2026. Eligible candidates must apply online. Please note that the last date for submitting the application is 09-08-2026.

To apply the post click here

For the official advertisement, click here

2. Union Bank of India ত ৩৯৫ টা  স্পেছিয়েলিষ্ট অফিচাৰ আৰু বেংকিং অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে । আবেদনৰ অন্তিম দিন ১০ আগষ্ট ২০২৬.  Applications are invited for 395 Specialist Officer and Banking Officer posts in Union Bank of India. The last date to apply is 10 August 2026.

To apply click here

For the official advertisement, click here

3. NICL ত ৫০০ এছিছটেন্ট পদৰ বাবে অৰ্হতাসম্পন্ন পদৰ বাবে আবেদন বিচৰা হৈছে । আবেদনৰ অন্তিম দিন ৭ আগষ্ট ২০২৬.   Applications are invited from eligible candidates for 500 Assistant posts in NICL. The last date to apply is 7 August 2026.

To apply , click here

For the official advertisement, click here


No comments:

Post a Comment

মৌ পালন এক সন্মানজনক কাম আৰু স্বাভলম্বিতাৰ সুৰ্বণ সুযোগ

সকলোৰে ঘৰত মৌ জুলৰ ব্যৱহাৰ হয়। কেতিয়াবা ঔষধৰ উপকৰণ হিচাপে, কেতিয়াবা খাদ্যৰ ব্যঞ্জনত অধিক সোৱাদযুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় । কিন্তু এই মৌৰ ব্...