Thursday, 25 December 2025

অসম আৰক্ষীত ২৩৫০ টা উপ-পৰিদৰ্শকসহ বিভিন্ন পদত চাকৰি


ৰাজ্যিক আৰক্ষী নিয়োগ বৰ্ডৰ বিজ্ঞাপন অনুসৰি ২৩৫০ টা আৰক্ষী চাকৰিৰ বাবে আবেদন বিচৰা হৈছে।

আবেদনৰ অন্তিম দিন ১৬-০১-২০২৬

চৰকাৰী জানানী চাবলৈ তলৰ লিংকত ক্লিক কৰক

1. CONSTABLE (UB) & CONSTABLE (AB) IN ASSAM POLICE

2. SUB INSPECTOR OF POLICE (COMMUNICATION) IN APRO, STATION OFFICER & SQUAD COMMANDER IN F & ES AND ASSISTANT JAILOR IN PRISON DEPARTMENT 

3. SUB INSPECTOR (AB) & CONSTABLE (AB) IN ASSAM POLICE COMMANDO BATTALIONS

4.  DRIVER CONSTABLE IN ASSAM POLICE, CONSTABLE (DISPATCH RIDER), CONSTABLE (MESSENGER) & CONSTABLE (HANDYMEN) IN APRO, DRIVER & DRIVER OPERATOR IN FIRE & EMERGENCY SERVICES AND DRIVER CONSTABLE & DRIVER IN FOREST DEPARTMENT

5. SAFAI KARMACHARI IN ASSAM POLICE, ASSAM COMMANDO BATTALIONS, FIRE & EMERGENCY SERVICES AND DGCD & CGHG


আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক Apply Online

সহায়ৰ প্ৰয়োজন হলে তলৰ ঠিকনাত যোগাযোগ কৰিব পাৰিব

Helpdesk

+91 9707336765

slprbassam2526@gmail.com

slprbassam2526@gmail.com 
(10:00 AM to 5:00 PM on all working days)

No comments:

Post a Comment

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...