পঞ্চায়ত আৰু গামোন্নয়ন বিভাগত
অসম চৰকাৰৰ পঞ্চায়ত আৰু গামোন্নয়ন বিভাগত ১৫০৮ টা পদত চাকৰিৰ বাবে আবেদন বিচৰা হৈছে। আবেদনৰ অন্তিম দিন ২২ মাৰ্চ ২০২৬ ।
----- ২৯১ টা এক্ৰিডিটেড ইঞ্জিনিয়াৰ পদ । মাহিলি দৰমহা ১৮০০০.০০ টকা । প্ৰাৰ্থীৰ বয়স ১৮ - ৪০ বছৰ হ'ব লাগিব।
---- ৪৬৪ টা ৰোজগাৰ সহায়কৰ পদ । মাহিলি দৰমহা ১৫০০০.০০ টকা । প্ৰাৰ্থীৰ বয়স ১৮ - ৪০ বছৰ হ'ব লাগিব। প্ৰাৰ্থীয়ে যিকোনো বিষয়ত ৫০ % নম্বৰসহ স্নাতক হ'ব লাগিব।
-----২৯১ টা পদ কম্পিউটাৰ সহায়কৰ পদ । মাহিলি দৰমহা ১৫০০০.০০ টকা । প্ৰাৰ্থীৰ বয়স ১৮ - ৪০ বছৰ হ'ব লাগিব। প্ৰাৰ্থীয়ে যিকোনো বিষয়ত ৫০ % নম্বৰসহ স্নাতক হ'ব লাগিব।
----৪৬২ টা গ্ৰাম পঞ্চায়তৰ সমন্বয়কৰ পদ । মাহিলি দৰমহা ১৫০০০.০০ টকা । প্ৰাৰ্থীৰ বয়স ১৮ - ৪০ বছৰ হ'ব লাগিব। প্ৰাৰ্থীয়ে যিকোনো বিষয়ত ৫০ % নম্বৰসহ স্নাতক হ'ব লাগিব।
কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীত চাকৰি
UPSC কেন্দ্ৰীয় সশস্ত্ৰ পুলিচ বাহিনীৰ ৩৪৯ টা পদৰ বাবে আবেদন বিচাৰিছে । বিজ্ঞাপনত প্ৰকাশিত জাননী অনুযায়ী আটাইকেইটা পদ Assistant Commandant বাবে । বেলেগ নিম্নোলিখিত হিচাবত প্ৰতিষ্ঠান অনুসৰী পদৰ বন্টন এনেধৰণৰ-
---BSF ৰ বাবে 108 টা পদ ; CRPF ৰ বাবে 106 চা পদ ; CISF ৰ বাবে 70 টা পদ ; ITBP ৰ বাবে 12 টা পদ আৰু SSB ৰ বাবে 53 টা পদ ।
আবেদনৰ বাবে বয়স ২০ বছৰ হ'ব লাগিব । প্ৰাথীৰ জন্ম ০২-০৮-২০০১ আৰু ০১-০৮-২০০৬ ৰ ভিতৰত হ'ব লাগিব। অৱশ্যে SC, ST, OBC আদিৰ বাবে সংৰক্ষিত বিধি অনুসৰি বয়সৰ ৰেহাই থাকিব ।
শিক্ষাগত অৰ্হতা স্নাতক হ'ব লাগিব । মহিলা আৰু পুৰুষ প্ৰাৰ্থীয়ে উভয়ে আবেদন কৰিব পাৰিব । আবেদনৰ লগত ২০০ টকা পৰীক্ষা মাচুল দিব লাগিব ।
যিকোনো সহায়ৰ বাবে 011-24041001 ফোন কৰিব পাৰিব নতুবা upscoap@nic.in ই-মেইল যোগে যোগাযোগ কৰিব পাৰিব ।
যোৰহাটৰ CSIR-NEIST ত চাকৰি
ভাৰত চৰকাৰৰ যোৰহাটস্থিত CSIR-NEIST ত ২৯ টা পদৰ বাবে আবেদন বচৰা হৈছে । আবেদনৰ অন্তিম দিন ১২ মাৰ্চ। অধিক তথ্যৰ বাবে Click here যোগ গৈ আবেদন কৰিব পাৰিব।
AIIMS Nursing Officer Job
AIIMS নতুন দিল্লী পৰা প্ৰকাশিত বিজ্ঞানৰ দ্বাৰা ২৫৫১ টা নাৰ্চিং অফিচাৰ পদৰ বাবে অনুষ্ঠিত হ'বলগীয়া পৰীক্ষাৰ বাবে আবেদন বিচৰা হৈছে । ইয়াৰ ভিতৰৰ ৭৮ টা পদ গুৱাহাটীস্থিত AIIMS বাবে নিযুক্তি দিয়া হ'ব । অধিক জানিবলৈ ইয়াত ক্লিক কৰক AIIMS
ইয়াৰ ওপৰিও গুৱাহাটী AIIMS ত ৬৪ টা অধ্য়াপকৰ পদৰ বাবে আবেদন বিচৰা হৈছে । সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক । AIIMS, Guwahati
Hindustan Petrolium Corporation Limited ত চাকৰি
হিন্দুস্তান পেট্ৰলিয়াম কপৰেচন লিমিটেডত ৭৩১ টা বিভিন্ন পদৰ বাবে আবেদন বিচৰা হৈছে । আবেদনৰ অন্তিম দিন ২৫ মাৰ্চ ২০২৬ । বিজ্ঞানৰ সবিশেষ পাবলৈ ইয়াত ক্লিক কৰক HPCL আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক Apply
----অধিক চাকৰি খবৰলৈ আপডেট আহি আছে ততালিকে। নতুন খবৰ পাবলৈ নিয়মীয়াকৈ চাই থাকিব। চাকৰিৰ লগতে অনেক নতুন কথা---

No comments:
Post a Comment