Tuesday, 29 July 2025

NHM ত ১১৩৮ টা চাকৰি

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসম বা National Health Mission (NHM), Assam ত ১১৩৮ টা ANM পদত নিযুক্তিৰ বাবে উপযুক্ত প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। 

যোগ্যতাঃ Assam Nurses’ Midwives’ and Health Visitors’ Council ৰ অধীনত পঞ্জীয়নভুক্ত যি কোনো স্বীকৃতি প্ৰাপ্ত নাৰ্চিং স্কুল বা প্ৰতিষ্ঠানৰ পৰা ANM পাঠ্যক্ৰমত উৰ্ত্তীণ হ'ব লাগিব।

আবেদন অনলাইন যোগে  ৩১-০৭-২০২৫ তাৰিখৰ ভিতৰত কৰিব লাগিব।

দৰমহাঃ ১৮০০০/- টকা প্ৰতি মাহে।

পদৰ বিতৰণঃ

Open Category (UR): 779

ST(P): 6

ST(H): 116

SC: 81

Tea tribes: 156

PWD: As per Govt. norms

Women: As per Govt. norms

Ex-Servicemen: As per Govt. norms

বয়সৰ সীমাঃ

01-01-2025 ত বয়স 40 বছৰতকৈ বেছি হব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ বাবে চৰকাৰী নীতি অনুসৰি বয়সৰ ৰেহাই পাব।

Open Category (UR): 40

ST(P): 45

ST(H): 45

SC: 45

Tea tribes: 43

PWD: 50

Women: As per Govt. norms

Ex-Servicemen: As per Govt. norms

মণ্ডলভিত্তত অন্তভুক্ত হোৱা জিলাসমূহ (Zone wise details of districts:)

Barak Valley-    Cachar, Hailakandi, Karimganj

Central Assam- Morigaon, Nagaon, Hojai 

Lower Assam - Bajali, Baksa, Barpeta, Bongaigaon, Chirang, Dhubri, Goalpara,
                         Nalbari, Kamrup(M), Kamrup, Kokrajhar, South Salmara, Tamulpur
  
North Assam-   Biswanath, Darrang, Sonitpur, Udalguri 

Upper Assam - Charaideo, Dhemaji, Dibrugarh, Golaghat, Jorhat, Lakhimpur,
                          Majuli, Sivasagar, Tinsukia  

আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক আবেদন কৰক

সম্পূণ বিজ্ঞাপন চাবলৈ ইয়াত ক্লিক কৰক ANM বিজ্ঞাপন



No comments:

Post a Comment

নদীৰ পানী ক’ৰ পৰা আহে?

এখন নদী কেনেকৈ সদায় বৈ থাকে—প্ৰতিদিনে ইমান পানী ক’ৰ পৰা আহে আৰু সেই পানী ক’লৈ যায়? কেতিয়াবা আপোনাৰ এনে ধৰণৰ প্ৰশ্ন হয়নে?  আচলতে নদী নিজে...