Thursday, 30 April 2026

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন চাকৰিৰ খবৰ- এপ্ৰিল মাহ ২০২৬

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে বিজ্ঞাপন প্ৰকাশ কৰি নিম্নোলিখিত পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে। 

তলত দিয়া লিংক বা ৱেবচাইটত গৈ আবেদন জমা কৰিব পাৰিব-

১) ব'ডাৰ ৰোড্ছ  অগেনাইজেচনত ৮৯৯ টা পদত চাকৰি 899 posts at Border Roads Organization.

অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইন যোগে আবেদন জমা কৰিব পাৰিব।  Online application can be submitted by eligible candidates.

For application submission Click here

২) ৰিজাৱ বেংক অৱ ইণ্ডিয়া ই ১১ পদৰ বাবে আবেদন বিচাৰিছে । Reserve Bank of India invite application to fill 11 posts.

For application submission Click here

৩) ষ্টাফ ছিলেকচন কমিছনৰ ৩০০৩ টা পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। আবেদনৰ অন্তিম তাৰিখ ৪ মে' ২০২৬। Staff Selection Commission invite application for the 3003 posts. Last date of application submission 4th May 2026.

For registration Click here

For login Click here

৪) ডিজিটেল এণ্ডিয়া কৰ্পৰেচনত পদ খালী। Jobs vacancy at Digital India Corporation 

For application submission Click here

No comments:

Post a Comment

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন চাকৰিৰ খবৰ- এপ্ৰিল মাহ ২০২৬

কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগে বিজ্ঞাপন প্ৰকাশ কৰি নিম্নোলিখিত পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে।  তলত দিয়া লিংক বা ৱেবচাইটত গৈ আবেদ...