মই স্বাথৰ্পৰ হ'ব পাৰিলোঁহেঁতেন।
বোম্বেত থাকি, পইচা ঘটি ঢেৰ গান গাই নাম কৰিব পাৰিলোঁহেঁতেন।
কিন্তু মোৰ অসমৰ জনগণৰ প্ৰতি এটা দায়িত্ব আছে।
তেওঁলোকে মোক জন্ম দিছে।
ঘৰৰপৰা ওলোৱাৰপৰা ষ্টিডিঅ' পোৱালৈকে পোন্ধৰজনমান মানুহৰ চিকিত্সা, ল'ৰা-ছোৱালীৰ পঢ়া-শুনা,
আন সমস্যা, অভাৱ-অভিযোগ - সেইবোৰ চাওঁতেই মোৰ দিনে বহুত সময় যায়।
কিন্তু সেই দায়িত্বৰ পৰা ওলাব নোৱাৰোঁ।
সেই দায়িত্ব এৰিলে মই নিজকে ক্ষমা কৰিব নোৱাৰিম।
সকলোৱে বিশ্বাস কৰে - কোনেৱে একো নকৰিলেও জুবিনদাই কিবা এটা কৰিব।
জুবিন গাৰ্গৰ মনৰ কথা।
No comments:
Post a Comment