Part-1 (Botany)
(প্রথম অংশ: উদ্ভিদবিজ্ঞান)
1. Name the bacterium used in pesticides. 1 Mark
কীটনাশক হিচাপে ব্যৱহৃত বেক্টেৰীয়াৰ নাম
লিখা।
Answer- Bacillus thuringiensis
2. Who first coined the term 'mutation'? 1
'মিউটেচন' শব্দটো
কোনে প্রথমে ব্যৱহাৰ কৰিছিল?
Answer- Hugo de Vries হাগো ডি ভ্ৰিচ্
3. Give an example of adaptive radiation. 1
অনুকূলী বিকিৰণৰ এটি উদাহৰণ দিয়া।
Answer-
চৰাইৰ ঠোঁট
4. What is gene therapy? 1 Mark
জিন চিকিৎসা কি?
Answer- Gene therapy is a process of medical treatment of a patient at genetic level by altering or repairing of genetic make up.
জিন চিকিৎসা হৈছে এজন ৰোগীৰ জিনীয় গঠনৰ সালসলনি বা মেৰামতি কৰি জীনৰ গঠনৰ সংশোধন কৰি কৰা চিকিৎসা।
5. Answer the following:
তলত দিয়াবোৰৰ উত্তৰ লিখাঃ
(a) Write the biotic component of an ecosystem. 2 Marks
আবাদীৰ জৈৱিক উপাংশটো লিখা।
Answer-
1. Producer, 2. Consumer and 3. Decomposer.
১. উৎপাদক, ২. উপভোক্তা আৰু ৩. বিয়োজক
(b) Name one homologous and one analogous organ of plant. 2 Marks
উদ্ভিদব এটা সমসংস্থ আৰু এটা সমবৃত্তিক
অংগৰ নাম লিখা।
Answer-
Homologous organs- Spine of Boughanboulia
and Tendril of Cucurbita
Analogous organs- Underground stem of potato and modified root of Sweet
Potato
সমসংস্থ অংগ-
বগনবলীয়াৰ কাঁইট আৰু লাওৰ আৰ্কষ
সমবৃত্তিক অংগ-মৃদগত কাণ্ড আলু আৰু শিপাৰ ৰূপান্তৰ মিঠা আলু
c) Define fermentation. Name one microorganism used
in industrial
fermentation. 2
কিম্বনৰ সংজ্ঞা দিয়া। উদ্যোগিক কিম্বন
পদ্ধতিত ব্যৱহৃত এটা অণুজীৱৰ নাম লিখা।
Answer-
Fermentation is a bacteria mediated
decomposition of carbohydrate substances in an anerobic condition.
Yeast, scientific name Sacchharimyces cerevisiae
is a bacteria widely used in hard beverage industry.
কিম্বন হৈছে বেক্টেৰীয়াৰ দ্বাৰা অবাত
শ্বসনৰ যোগেদি কাৰ্বহাইড্ৰেটজাতীয় পৰ্দাথত হোৱা এবিধ ৰাসায়নিক বিক্ৰিয়া।
ইষ্ট, বৈজ্ঞানিক নাম Sacchharimyces
cerevisiae এবিধ বেক্টেৰীয়া কঠিন
পানীয় (সুৰা) উৎপাদনক বহুলভাৱে ব্যৱহাৰ কৰা হয়।
d) Mention the different kinds of pollination. 2 Marks
পৰাগযোগৰ প্ৰকাৰসমূহ উল্লেখ কৰা।
Answer-
Pollination two types 1) Self pollination and 2) Cross pollination
পৰাগযোগ দুই প্ৰকাৰৰ। ১) স্ব-পৰাগযোগ আৰু ২) ইতৰ পৰাগযোগ।
For next question-answer, subscribe the below
No comments:
Post a Comment