Sunday, 20 July 2025

ম'বাইল আসক্তি আৰু ইয়াৰ শিক্ষাৰ ওপৰত কু-প্ৰভাৱ

আজিৰ যুগ তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ যুগ বুলি স্বীকৃত। এই যুগত ম'বাইল ফোন হৈছে এক অপৰিহাৰ্য আহিলা। শিক্ষাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সকলো ক্ষেত্রতে ম'বাইল ফোনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু অত্যাধিক আৰু অনিয়ন্ত্রিত ব্যৱহাৰে এই উপকাৰী আহিলাটো আজি বিশেষকৈ যুৱ প্ৰজন্মৰ বাবে অভিশাপ হৈ পৰিছে।

বিশেষকৈ বিদ্যালয় আৰু মহাবিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ম'বাইল ফোনৰ অপব্যৱহাৰে পথভ্ৰষ্টতাৰ যি পৰিস্থিতিৰ সৃষ্টি কৰিছে, তাক নুই কৰি দিয়াৰ সময় আৰু এতিয়া নাই। ম'বাইলৰ হোৱাটচ এপ, ইনষ্টাগ্ৰাম, ফেচবুক, টিকটক আদিৰ দৰে সামাজিক মাধ্যমত যুৱকসকলে একান্তভাৱে নিমগ্ন হৈ পৰিছে। যি সময়ত তেওঁলোকে পঢ়া-শুনা, চিন্তা-ভাবনা, ক্ৰীড়া অথবা সৃষ্টিশীল কাৰ্যকলাপত ব্যস্ত থাকিব লাগিছিল, সেই সময় আজি নিৰ্ব্বোধভাৱে স্ক্ৰিন চাই অতিবাহিত কৰে।

এক গৱেষণামূলক প্ৰতিবেদন অনুসৰি, ভাৰতত ১৩-২৪ বছৰৰ ভিতৰৰ ৭৫% যুৱক-যুৱতীয়ে দিনে গড়ে ৬-৮ ঘণ্টা ম'বাইল ফোন ব্যৱহাৰ কৰে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে তেওঁলোকৰ একাগ্ৰতা, স্মৰণশক্তি আৰু মানসিক স্বাস্থ্যৰ ওপৰত। বহু ছাত্ৰ-ছাত্ৰীয়ে পঢ়া-শুনাৰ পৰা মন আঁতৰাই লৈ ডিজিটেল দুনিয়াৰ অলীক জগতত ব্যস্ত হৈ থাকিবলৈ ভাল পায়। ফলস্বৰূপে, পৰীক্ষাৰ ফলাফল আশানুৰূপ নহয়, আচৰণত ধৈৰ্যহীনতা, হিংস্ৰতা আৰু মানসিক ভাৰসাম্যহীন যেন ভাৱে দেখা দিছে।


এই আসক্তি ধীৰে ধীৰে ড্ৰাগছ বা নিচাজাত বস্তুৰ আসক্তিৰ দৰে এক গম্ভীৰ সমস্যাত পৰিণত হৈছে। তেওঁলোকে যেন ম'বাইল নেচালে বহুত কিবা হেৰুৱাব তেনে এক মনোভাৱ গঢ় লৈ উঠিছে। ম'বাইল নোচোৱাকৈ থাকিব নোৱাৰা ধৰণৰ অৱস্থা হৈ গৈছে। বহু অভিভাৱকে এই অৱস্থাৰ পৰা সন্তানক ৰক্ষা কৰিবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে। পৰিস্থিতি এনে হৈ পৰিছে যে বহু ক্ষেত্ৰত পৰিয়াল কেন্দ্ৰীক সংঘাত, অবিশ্বাস আৰু মানসিক দুৰত্বৰো সৃষ্টি হৈছে।


এই সমস্যাৰ সমাধানৰ বাবে সচেতনতা আৰু দায়িত্বশীল ব্যৱহাৰই হ'ল মূল চাবিকাঠি। বিদ্যালয়-কলেজত ছাত্ৰ-ছাত্ৰীৰ মাজত ডিজিটেল ডিটক্স (Digital Detox), ম'বাইল ব্যৱহাৰৰ সীমা নিৰ্ধাৰণ কৰা, আৰু এক সুশৃঙ্খল দিনচৰ্যা প্ৰণয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব। অভিভাৱক আৰু শিক্ষকে একেলগ হৈ ছাত্ৰ-ছাত্ৰীৰ সৈতে আলোচনাৰ মাজেৰে এক সমাধানৰ বাট প্ৰসস্থ কৰিব লাগিব।


এতিয়া দোষাৰোপ কৰা সময় নহয়, এতিয়া সময় হৈছে সজাগ হোৱাৰ। ম'বাইল ফোনক আপোনাৰ সেৱক হিচাপে ব্যৱহাৰ কৰক, নহ'লে আপোনাৰ মন-মগজু শাসন কৰি আপোনাক জীৱনত ব্যৰ্থ কৰি পেলাব। আজিৰ ছাত্ৰ হৈছে কাইলৈৰ দেশ নিৰ্মাতা। তেওঁলোকে যদি মোহ-মায়া স্ক্ৰিনত বন্দী হৈ পৰে, তেন্তে সমাজৰ, জাতিৰ আগ্ৰগতি ব্যপক হাৰত বাধাগ্ৰস্ত হ’ব।


যুৱ প্ৰজন্মই ম'বাইল ফোনৰ সদ্ব্যৱহাৰ শিকিব লাগিব আৰু নিজকে ডিজিটেল দাসত্বৰ পৰা মুক্ত কৰি আত্ম-উন্নয়নৰ বাটত আগবাঢ়িব লাগিব। এই কথাটো মনত ৰাখিব, "প্ৰযুক্তি আপোনাৰ হোৱাটো ভাল, কিন্তু আপুনি প্ৰযুক্তিৰ হ'লে বিপদ অনিবাৰ্য।"

Friday, 18 July 2025

The Bamboo and the Oak – A Story of Patience and Progress

Once upon a time in a quiet village nestled near the forest, there lived an old gardener named Arun. He was known not for his wealth or fame, but for the wisdom he carried in his heart and the love he poured into his garden.

One day, a curious boy named Rahul came running to him and asked,
"Uncle Arun, why do you spend so much time planting trees that take years to grow? Wouldn’t it be better to plant something that gives fruit quickly?"

Uncle Arun smiled and pointed at two saplings growing side by side — one was an oak tree, and the other was a bamboo.

"Let me tell you a story, my boy," he said. "These two trees are very different, yet they teach us the same lesson."

The Oak Tree

"The oak tree, when planted, begins to sprout quickly. Within a year, its branches stretch out, and by the second year, it's already standing tall, catching everyone's eye. People admire it, rest under its shade, and praise its rapid growth."

Rahul nodded, “That’s what I would want too. To grow fast and be appreciated.”

Arun chuckled and continued.

The Bamboo

"But the bamboo... ah, the bamboo does something special. When I planted it, for the first year — nothing happened. No sign of growth. Second year, still nothing. Third, fourth, even in the fifth year — no sign above the ground."

Rahul looked confused. “Then why didn’t you give up?”

Arun leaned closer and whispered, "Because I knew what was happening beneath the surface."

"In those silent years, the bamboo wasn’t idle. It was growing strong roots — deeper, firmer, and wider. It was preparing itself for something big. And then, in the sixth year, it suddenly shot up — six feet, ten feet, even twenty feet — all in just weeks!"

The Lesson

"Do you see now?" Arun said gently. “The oak grew fast, but the bamboo, though it seemed delayed, became stronger, taller, and more resilient. Life is just like that. Success and progress don’t always come fast. Sometimes, you must work in silence, grow in patience, and wait for the right time.”

Rahul looked at the bamboo, now swaying proudly in the breeze. It stood taller than the oak and was used for building homes, making tools, and even musical instruments.

That day, Rahul learned the secret of lasting success:
Patience is not about waiting. It's about trusting the process, working hard in silence, and believing that your time will come.

Moral: Just like the bamboo, our progress might not be visible at first. But with patience and perseverance, success will rise — stronger and taller than we ever imagined.

Saturday, 12 July 2025

ল'ৰা-ছোৱালীক কেনেকৈ ম'বাইল ফ'নৰ প্ৰতি বিৰাগ জগাব

গৱেষণাৰ পৰা পোৱা গৈছে যে ১০ ৰ পৰা ১৯ বছৰ বয়সৰ ল'ৰা-ছোৱালীয়ে দিনে ৬-৭ ঘন্টাকৈ সময় ম'বাইলত অতিবাহিত কৰে। ম'বাইলত উপলব্ধ বিভিন্ন মাধ্যম যেনে ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, ভিডিঅ' গেমছ আদিৰ সৈতে সময় অতিবাহিত কৰি ভাল পায়। যাৰ ফলস্বৰূপে সিহঁতৰ পঢ়া-শুনাৰ লগতে যিকোনো কামৰ প্ৰতি বিৰাগ জন্মে। লগতে স্বাস্থ্যজনীত বিভিন্ন সমস্যাৰে দেখা দিছে। লগতে সামাজিকভাৱে বিছিন্ন হৈ পৰা প্ৰবনতাই গা কৰি উঠিছে। 

আপোনাৰ ঘৰত যদি এই ১০ বছৰৰ আশে-পাশে বা ওপৰৰ ল'ৰা-ছোৱালী আছে তেন্তে আপোনাক নক'লেও আপুনি ভালদৰে জানে এই ভয়াবহতাৰ কথা নতুবা আপুনি অলপ হ'লেও এই আভিজ্ঞতাৰ সাক্ষী। আপুনি হাজাৰ চেষ্টা কৰিও সিহঁতক ম'বাইলৰ পৰা আঁতৰাব পৰা নাই। কেতিয়াবা মাৰপিটো কৰিব লগা অৱস্থাও সৃষ্টি হৈছে। সঁচা কথা ক'বলৈ গ'লে ম'বাইল ফ'নে এই বয়সৰ ল'ৰা-ছোৱালীক বেছিকৈ ক্ষতি গ্ৰস্ত কৰিছে কিন্তু জীৱনৰ বাবে শিকিবলগীয়া বহু কথা শিকাৰ সময়ত ম'বাইল ফ'নত ব্যস্ত হৈ পৰাৰ বাবে বহু কথা নিশিকাকৈয়ে ডাঙৰ হৈছে। যিবোৰ নিশিকাৰ বাবে হয়তো জীৱনৰ পাছৰ খিনি সময়ত ক্ষতি কৰিব।


ম'বাইল ফ'নৰ প্ৰতি ল'ৰা-ছোৱালীৰ আৰ্কষণ হোৱাটো তেনেই স্বাভাৱিক। ঘৰৰ ডাঙৰ সকলে শুই উঠিয়েই ম'বাইলটো হাতত লৈয়ে মাটিত খোজ থয়। ডাঙৰক সৰুৱে অনুকৰণ কৰাটো স্বভাৱজাত কথা। গতিকে স্বাভাৱিক সুৰত ইয়াক ন'লবলৈ কোৱাটো এক সাথৰৰ দৰে কথা। তাতকৈয়ো ডাঙৰ আৰ্কষণটো হৈছে দিনক দিনে অতি 'বাইল আৰ্কষণীয় ফিচাৰ আৰু ৰঙেৰে তৈয়াৰী কৰা 'বাইল ফ'ন আৰু লগত ইনষ্টল হৈ থকা বা নিজে ইনষ্টল কৰি লোৱা এপবোৰ। গতিকে সকলো মিলি উঠি অহা চামক 'বাইল ফ'নে বেছিকৈ আৰ্কষণ কৰিছে আৰু বৰ্তমান ই এক সামাজিক সমস্যা হিচাপে দেখা দিছে। অৱশ্যে কেৱল সৰু ল'ৰা-ছোৱালীয়ে নহয় সকলো বয়সৰ লোককে ম'বাইল ফ'নে গিলি পেলাইছে। এপবোৰো দিনক দিনে বেছি স্মাৰ্ট আৰু আকৰ্ষণীয় কৰি পেলাইছে যাক নেচাওঁ বুলি ভাবিলেও নটিফিকেচন, বিভিন্ন সাজোন-কাচোনে মাতি থাকে।


এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চেষ্টা কৰা বহুতো উপায়ৰ ভিতৰত এটা হ'ব পাৰে ইয়াৰ ছেটিং সলনি কৰা। ম'বাইলটোৰ প্ৰতি আসক্তি কমোৱা। আপোনালোকৰ ঘৰত থকা ৰঙীণ ধুনীয়া ম'বাইলবোৰ আপোনাৰ সন্তানে গম নোপোৱাকৈ কেৱল ক'লা-বগা কৰি দিয়ক। দৰকাৰ হ'লে সেই বিশেষ ছেটিংবোৰত পাছৱৰ্ড লগাই দিব যাতে পুনৰ ৰঙীণ কৰিব নোৱাৰে।


ইয়াক কৰিবলৈ প্ৰথমে আপুনি তলৰ ছবিকেইখনত একাদিক্ৰমে দেখুৱাৰ দৰে কৰি গ'লেই আপোনাৰ ম'বাইল ফ'নটো ক'লা-বগা হৈ পৰি পৰিব আৰু একেধৰণেৰে পুনৰ ৰঙীণ কৰি ল'ব পাৰিব।

প্ৰথমে আপুনি ছেটিং বাটনত ক্লিক কৰক। তাৰ পাছত ছবিখনত দেখুওৱাৰ দৰে তলৰ ফালে additional setting বাটনত ক্লিক কৰক। কিছুমান ম'বাইলত প্ৰথমে accessibility বাটনটো দেখা যায়। তাৰ পাছত accessibility বাটনত ক্লিক কৰিলে অন্য এখন উইনড' পাব য'ত আকৌ কিছু অপচন থাকে । ওপৰৰ ফালে General, Vision, Hearing আদি অপচনবোৰ দেখিব। ইয়াৰ পাঠত vision বাটনত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত বহুতো অপচন দেখা পাব। তাৰ ভিতৰত Colour correction বাটনত ক্লিক কৰি on কৰি দিব। তাৰ লগে লগে colour সলনি কৰা কেইবাটাও অপচন দেখিব। একেবাৰে ওপৰৰ অপচনটো আৰু তলৰ ফালে থকা Greyscale অপচনটো অন কৰি দিয়ক। দেখিব ইয়াৰ লগে লগেআ আপোনাৰ ম'বাইলটো black and white হৈ পৰিব। পুনৰ ৰঙীণ কৰিবলৈ একেবাৰে ওপৰৰ অপচন Colour correction টো বাওঁফালে টানি off কৰিব দিব।

ওপৰৰ লেখাটো পঢ়ি উপকৃত হোৱা যেন লাগিলে কমেন্ট কৰিব আৰু আমাৰ ব্লকটো follow কৰি দিব।



Thursday, 10 July 2025

Career: The Dark and White Side of Amitabh Bachchan – An Inspiration for Students

In the grand tapestry of Indian cinema, Amitabh Bachchan stands as a towering figure—not just because of his deep baritone voice or legendary performances, but because of his resilience. His journey, filled with both bright triumphs and dark setbacks, is a story every student must learn from. It’s not just the story of a superstar, but of a man who fell, rose again, and kept rising—with humility and hard work.

The White Side: Fame, Glory, and Timeless Stardom

Amitabh Bachchan rose to prominence in the 1970s with films like Zanjeer, Sholay, and Deewar. He was soon hailed as the “Angry Young Man” of Bollywood—a voice for the frustrated youth. His towering presence, unmatched acting skills, and powerful dialogue delivery made him a national icon.

In the following decades, he gave numerous blockbusters, won multiple National Awards, Filmfare Awards, and received India’s highest civilian honors like the Padma Shri, Padma Bhushan, and Padma Vibhushan. He became a global figure, not just an Indian legend.

But what makes his story truly inspiring is not the fame—but how he dealt with failure.

The Dark Side: Rejections, Failures, and Bankruptcy

Not many know that Amitabh Bachchan faced serious failures early in his career. He was rejected multiple times for his voice and appearance. When he started, he was told: "You don’t look like a hero." But he did not quit.

Even after his massive success, life tested him. In the late 1990s, his production company ABCL (Amitabh Bachchan Corporation Ltd.) failed, and he went into massive debt. People wrote him off. Critics said his career was over.

Imagine the pressure. A man who ruled the industry was now struggling to pay bills.

But he didn’t give up.

With unmatched humility, he returned to acting. He accepted roles on television, most notably "Kaun Banega Crorepati", which revived his popularity and finances. He proved that no work is small if done with dignity.

Lessons for Students:

  1. Failure is not the end. It is a pause, not a full stop. Like Amitabh Bachchan, fall but rise stronger.
  2. Rejections are redirections. The world rejected his voice—but that voice later became his signature.
  3. Keep reinventing yourself. When Bollywood rejected him, he tried television. When television worked, he tried even more roles. He never stayed stuck.
  4. Stay grounded. Even after fame, Amitabh Bachchan is known for his discipline, punctuality, and humility. Character matters as much as talent.
  5. Hard work never goes unnoticed. He works relentlessly even today, despite age or health issues.

Conclusion

Amitabh Bachchan's story is not just of cinematic brilliance—it is a masterclass in resilience, self-belief, and constant self-improvement. Students today are under immense pressure—from exams, choices, failures, and fear of judgment. But if the Big B of Bollywood can rise from rejection, illness, and bankruptcy to become a living legend, so can you.

Remember his words:

“Bad luck either destroys you or makes you. I was destroyed, but I fought back.”

Let that be your mantra. Fight back, rise again, and become unstoppable.

Enhancement of Academic Performance by a College Student

                                  

In the journey of higher education, academic performance is not just a reflection of grades—it's a mirror of dedication, discipline, and direction. For a college student, the path to excellence is paved with focus, strategy, and the will to rise above distractions. In a world full of competition and noise, enhancing academic performance is both a challenge and a choice.

First and foremost, clarity of goals is the foundation. A student must know why they are studying, not just what they are studying. A clear purpose drives passion. Whether the goal is to become a researcher, an entrepreneur, a civil servant, or a subject expert, this vision fuels daily efforts and keeps procrastination at bay.

Time management is the next pillar. College life offers freedom—but with freedom comes responsibility. Creating a daily study plan, prioritizing tasks, and avoiding last-minute preparations can transform average students into top performers. The key is consistency, not cramming.

Effective study techniques also play a crucial role. Active learning—through mind mapping, summarizing, peer discussions, and self-testing—enhances memory and understanding far better than passive reading. Additionally, embracing digital tools like educational apps, online lectures, and academic journals can broaden one's perspective and sharpen critical thinking.

However, performance is not just mental—it’s physical and emotional too. A healthy body supports a healthy mind. Regular exercise, adequate sleep, and a balanced diet are as important as textbooks. Equally, managing stress through meditation, hobbies, or simply sharing concerns with mentors or friends prevents burnout and fosters emotional resilience.

Seeking help when needed is a sign of strength, not weakness. Whether it's clarifying doubts with teachers, joining study groups, or using campus resources like libraries and academic counseling, students should be proactive in seeking support.

Finally, self-discipline and integrity are non-negotiable. Academic excellence achieved by shortcuts is short-lived. True success lies in honest efforts, regular self-reflection, and a commitment to lifelong learning.

In conclusion, enhancing academic performance is not about being the best in the class—it’s about being a better version of yourself every day. It’s about realizing that excellence is not an act, but a habit. For every college student, this journey of growth begins with a single step—and that step is choice. The choice to learn, to strive, and to shine.



Wednesday, 9 July 2025

জীৱনৰ সফলতাৰ মন্ত্ৰ

জীৱনত কেৱল সফলতাৰ কথা ভাৱিলে বিফলতাৰ বেদনাই জীৱন থমকাই পেলাব পাৰে। সেইবাবে আমি কেৱল সফল হম বুলিয়েই স্থিতপ্ৰজ্ঞ হৈ থাকিলে বিফলতাৰ পৰা একো শিকিব নোৱাৰিম। জীৱনত সফলতা পাবলৈ নিজৰ মনোবল শক্তিশালী কৰি কাম কৰি গলেই এদিন সফলতাই আকাশ চুব পাৰি। সফলতাৰ চূড়ান্ত পৰ্য্যায় পোৱাৰ পাছতো কিন্তু নিজৰ কামৰ পৰা আতৰি আহিব নালাগিব। কাৰণ সফলতাৰ সোৱাদ কেৱল কামৰ দ্বাৰাইহে পোৱা যায়।

মানুহৰ জীৱনৰ প্ৰত্যেক স্তৰতে কিছুমান কাম কৰাৰ সময় আৰু সুযোগ-সুবিধা আহে। নিজৰ দক্ষতা আৰু বয়স অনুযায়ী কামবোৰ ভগাই লব জানিলে গোটেই জীৱনটো প্ৰচুৰ্যপূৰ্ণ কৰি তুলিব পাৰি।

আমি কেৱল সফল মানুহবোৰৰ সফল কাহিলীবোৰ পঢ়িলে বা জানিলে আমাৰ জীৱনত সফলতা নাহিবও পাৰে। আমি পৃথিৱীৰ ধনী আৰু সফল ব্যক্তি বোৰৰ বিফল কাহিনীবোৰ পঢ়িলে বেছিকৈ অনুপ্ৰাণিত হব পাৰোঁ।  এই সকলৰ ভিতৰত চীন দেশৰ জেক মাৰ কথা কব পাৰোঁ। আলিবাবাৰ প্ৰতিষ্ঠাপক আৰু CEO জেক মা যেতিয়া যুৱক আছিল, তেওঁ ৩০ ৰো অধিক চাকৰিত আবেদন কৰিছিল, কিন্তু সকলোতে চাকৰিৰ পৰা বঞ্চিত হৈছিল। কিন্তু আজিৰ দিনত, ৬০ বছৰীয়া জেক মাৰ ই-কমাৰ্চ প্ৰতিষ্ঠান আলিবাবাৰ মূল্য ৫১৯ বিলিয়ন ডলাৰ, যদিও তেওঁ ৩০ বছৰতহে পেচাগতভাৱে সফলতা লাভ কৰিবলৈ ধৰিছিল।

ছুইজাৰলেণ্ডৰ ডাভচত অনুষ্ঠিত ৱৰ্ল্ড ইকনমিক ফৰামৰ বাৰ্ষিক সভাত অংশ লোৱা যুৱ নেতাসকলক উদ্দেশি জেক মাই কৈছিল জীৱনত আপুনি কিমান ধন উপাৰ্জন কৰিলে সেয়া গুৰুত্বপূর্ণ নহয়, আপুনি কিমান কষ্টেৰে দিন আৰু ভুলৰ মাজেৰে পাৰ হৈ আহিছে সেয়াহে বেছি গুৰুত্বপূৰ্ণ,” মায়ে আৰু কৈছিল যদি আপুনি সফল হব খোজে, তেন্তে আনৰ ভুলৰ পৰা শিকক, সফলতাৰ কাহিনীৰ পৰা নহয়।

সময় মানুহৰ মূল্যবান সম্পদ। যদি ইয়াক সৎ ব্যৱহাৰ কৰা হয় মানুহে জীৱনত বহুতো ভাল কাম কৰিব পাৰি। যুৱ গ্লবেল লিডাৰ্ছ নেটৱৰ্কৰ এজন সদস্য হিচাপে, মা-য়ে জীৱনত বয়সৰ লগে লগে কোনকেইটা বিষয়ত গুৰুত্ব দি কাম কৰিব লাগে তাৰো সুন্দৰ ব্যাখ্যা দি নৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰিছে।

তেখেতে কৈছে- আপুনি যেতিয়া ২০ ৰ পৰা ৩০ বছৰ বয়সত থাকে, এজন ভাল মালিকৰ অধীনত কাম কৰক, এখন ভাল প্ৰতিষ্ঠানত যোগদান কৰক, আৰু কেনেদৰে কাম বেছিকৈ শুদ্ধভাৱে কৰিব পাৰে সেয়া শিকি লওক,”

তেওঁ লগতে কৈছিল আপুনি যেতিয়া ৩০ ৰ পৰা ৪০ বছৰ বয়সত থাকে, যদি নিজে কোনো কাম আৰম্ভ কৰিব খোজে, তেন্তে আৰম্ভ কৰক। এই সময়ত আপুনি হেৰুৱাব পাৰিব, বিফল হব পাৰিব। অৰ্থ এইটো যে এই খিনি সময়ত আপুনি ভুল কৰিলে শুদ্ধৰাব পাৰিব। কাম শিকিব পাৰিব। কাৰণ আপোনাৰ হাতত এতিয়াও যথেষ্ট সময় আছে।

তাৰ পিছতেই, মা-এ যুৱকসকলক পৰামৰ্শ দিছিল যে এই ৪০ বছৰ সময়ৰ পিছত মানুহে স্থিতিশীলতা, পৰিয়াল আৰু পৰৱৰ্তী প্ৰজন্মৰ ওপৰত গুৰুত্ব দিয়া উচিত।

আপুনি যেতিয়া ৪০ ৰ পৰা ৫০ বছৰ বয়সত থাকে, তেন্তে তেওঁৰ পৰামৰ্শ হৈছে যিবোৰ কামত আপুনি আগতেই নিপুণ, সেই কামবোৰতহে মনোযোগ দিয়ক। এই সময়ছোৱাত নতুনকৈ কিবা শিকি সফলতা লাভ কৰিবলৈ যথেষ্ট পলম হৈ যায়।

মা য়ে কৈছিল যেতিয়া ৫০ ৰ পৰা ৬০ বছৰ বয়স হ, তেতিয়া সময় খৰচ কৰক যুৱপ্ৰজন্মক প্ৰশিক্ষণ দিয়াত, তেওঁলোকক বিকাশ কৰাত,৬০ বছৰৰ পিছত, আপোনাৰ নাতি-নাতনীৰ সৈতে থাকি জীৱনটো উপভোগ কৰক। জীৱনৰ শেষৰ এই সময়খিনি মানসিকভাৱে সুস্থিৰ হৈ থকাটো খুবেই দৰকাৰী বুলি মা এ কৈছিল।

মা-এ কৈছিল, ২০ আৰু ৩০ বছৰীয়া লোকসকল সকলোতকৈ সৌভাগ্যবানকাৰণ তেওঁলোকে জীৱনত বহুত কিবা কিবি শিকিব পৰাকৈ সময় আৰু সুবিধা থাকে। গতিকে জীৱনৰ এই সময়ছোৱাত যদি ভাল কাম শিকি লোৱা হয় ইয়াৰ প্ৰভাৱ গোটেই জীৱনটোতে পৰিব। জীৱনটো সমৃদ্ধিশালী কৰি তুলিব।

মা-এ কৈছিল আপোনাৰ লক্ষ্য আৰু আশা আপোনাৰ নিজৰ ভিতৰৰ পৰা স্থিৰ কৰক। তেওঁ এই কথা কৈছিল যে, তেওঁৰ ১০ বছৰৰ লক্ষ্য কল্পনা কৰাটো তেওঁৰ বাবে এক সফল পদ্ধতি আছিল।

তেখেতে কৈছিল যুৱ অৱস্থাত আৰু এতিয়াও মই কেতিয়াও ভৱাও নাছিলো যে মই এতিয়াৰ দৰে হ',” কিন্তু মোৰ কৰ্ম ফলত আজি এইয়া হৈছো। যেতিয়া মই অতীতলৈ চাইছো, মই যিবোৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ, সেয়া মোৰ বাবে আশীৰ্বাদ হল।

মা এ জীৱনত বহু বাৰ বিফল হৈছিল। এটা চাকৰি যোগাৰ কৰিবলৈ ৩০ ৰো অধিকবাৰ আবেদন কৰি সাক্ষাৎকাৰত বহিছিল, কিন্তু সকলোতে বঞ্চিত হৈছিল। KFC-ৰ চাকৰিৰ বাবে ২৪ জনৰ সৈতে সাক্ষাৎকাৰত অংশ ললে, ২৩ জনক লোৱা হ, আৰু একমাত্ৰ বঞ্চিত হোৱা প্ৰাৰ্থীজন আছিল তেওঁ, মানে জেক মা। তথাপি তেওঁ হতাশ হৈ ভাগি পৰা নাছিল। চেষ্টা সদায়ে অব্যাহত আছিল।

মা এ আৰু কৈছিল, তেওঁ এগৰাকী পুলিচহোৱাৰ বাবে ৫ গৰাকী ব্যক্তিৰ সৈতে আবেদন কৰিছিল, কিন্তু তেওঁৰ বাহিৰে বাকী আটাইকেইজনে চাকৰি পালে, তেওঁৰ নাম বাদ পৰিল। আৰু এটা আমোদজনক ঘটনা ঘটিছিল মাৰ লগত। তেওঁ আৰু তেওঁৰ ককাইয়েক এজনে ৪-ষ্টাৰ হোটেলত ৱেটাৰ হবলৈ আবেদন কৰিছিল। দুয়ো দুই ঘণ্টা ধৰি দীঘল শাৰীত অপেক্ষা কৰি সাক্ষাৎকাৰত বহিল। কিন্তু তেওঁৰ ককাইয়েকক চাকৰি দিয়া হ, আৰু তেওঁ পুনৰ বঞ্চিত হল।

সকলো পিতৃ-মাতৃৰ স্বাভাৱিক স্বভাৱৰ দৰেই তেওঁৰ বিফলতাক লৈ তেওঁৰ মাকে তেওঁৰ বাবে বহুত দুখ পাইছিল, কিন্তু তেওঁ অকনো ভাগি পৰা নাছিল। মা য়ে ভাৱি লৈছিল এই সকলোবোৰ তেওঁৰ বাবে এক প্ৰশিক্ষণৰ পাঠ্যক্ৰম। প্ৰতিটো বিফলতাৰ পৰাই মা য়ে শিকিছিল সফলতাৰ মন্ত্ৰ। অসমীয়াত এষাৰ কথা আছে মানুহে দেখি শিকে আৰু থেকি শিকে- সেয়াই যেন হৈছিল মা ৰ জীৱনত।

যদিও তেওঁ ৩০ বছৰৰ আগলৈ নিজকে বিফল বুলি অনুভৱ কৰিছিল, তথাপি মা এ ভাগি পৰা বাদেই দুগুণ উদ্যমেৰে কাম কৰিছিল, নিজক প্ৰস্তুত কৰিছিল। তেওঁ নিজৰ মাজত প্ৰতিযোগিতা কৰিছিল। তেওঁ পৰৰ্ৱতী ১০ বছৰত কি কি কাম কৰি কেনেকৈ কি কি লাভ কৰিব খোজে সেই লক্ষ্য পূৰণৰ বাবে সকলো কৰিছিল।

মাই আৰু কৈছিল আপুনি যিমান বুদ্ধিমান নহওঁক, ভুল হবই,”আপুনি ভুলৰ পৰা শিকিব, সেইবাবে সেই ভুল পুনৰ নহব। যদি সেই ভুল বা কষ্ট আকৌ আহে, তেতিয়া আপুনি কেনেদৰে সন্মুখীন হ, কেনেদৰে মোকাবিলা কৰিব সেইটো শিকিব সেই ভুলৰ পৰা। তেওঁৰ মতে ভুল কৰাটো ভুল নহয়, ভুলৰ পৰা মানুহে শিকে। ভুলৰ পৰা শিকিব জনা মানুহ বহুত বেছি শক্তিশালী হয়।

আমি জীৱনত সফলতা লাভ কৰিবলৈ প্ৰথমে কাম কৰাৰ সুদৃঢ় মন এটা গঢ়িব লাগিব। মনটো যেতিয়া দৃঢ় হয় বিফলতাই আমাক পফভ্ৰষ্ট কৰিব নোৱাৰে বা সফলতাই আমাক উন্মাদ কৰিব নোৱাৰে। এই দৃঢ় মন গঢ় দিবলৈ আমি এজন ভাল ব্যক্তিক অনুসৰণ কৰিব পাৰো, সুবিধা পালে কথা পাতিব পাৰোঁ। ভাল ব্যক্তিজন আপোনাৰ পিতৃ-মাতৃ, শিক্ষক, ভাল মালিকো হব পাৰে যাৰ ওচৰত আমি নিৰাপদ অনুভৱ কৰোঁ, কৰ্মস্পৃহাই আৰ্কষিত কৰে, ভাল পৰামৰ্শই মনত আশাৰ বীজ ৰোপণ কৰে। কেতিয়াবা ভাল বন্ধুও জীৱনত সফল হোৱাত সহায় কৰে।

গতিকে জীৱনত সফল হবলৈ আমি নিজেই আমাৰ নিজৰ মাজৰ পৰা নিজক প্ৰথমে জগাই তুলিব লাগিব। সৰু সৰু সফলতাই এদিন জীৱনটো ডাঙৰ এখন ক্ষেত্ৰলৈ লৈ যায়। সফলতাই আকাশ চুমি যায়। 

Friday, 4 July 2025

How to Achieve Goals – A Message to My Students

Today I want to say to you about something very important—not just for your academic journey, but for your entire life: how to achieve your goals.

Each of you has dreams and ambitions. Some of you may want to become a doctor, a teacher, a researcher, an entrepreneur, or pursue a creative field. No matter what your dream is, the path to achieving it starts with one simple thing—clarity. You must know what you truly want. Once your goal is clear, you have taken the first big step in the right direction.

Now, having a goal is not enough. You need a plan of action. As college students, you have many responsibilities—classes, assignments, exams, and perhaps even part-time jobs or household work you may need to do. That’s why time management becomes your best friend. Start planning your days. Use a calendar, make to-do lists, and always prioritize your tasks. Remember, successful people don’t do more things—they do the right things.

But even with a perfect plan, you’ll have days when you feel tired or unmotivated. That’s where discipline comes in. Motivation may get you started, but discipline keeps you going. Create a routine, and stick to it. And don’t forget to surround yourself with people who support your goals—friends who encourage you, teachers who guide you, and family members who believe in you.

Another tip I want to give you is this: break your goals into smaller steps. If your dream seems too big, start small. Want to write a research paper or an article? Start by reading one article. Want to improve your English? Start with five new words a day. These small efforts, done consistently, lead to big results.

Also, don’t be afraid of failure. Yes, you may fall short at times. You may feel discouraged. But failure is not the opposite of success—it is a part of it. Learn from your mistakes, adjust your strategy, and try again. Every successful person has failed at some point, but they didn’t give up.

Lastly, I want you to take care of yourselves. A healthy mind and body are necessary for any kind of success. Get enough sleep, eat well, exercise, and take time to relax. A peaceful and positive mind works much better than a tired or stressed one.

To conclude, my dear student friends, remember that achieving goals is not about luck—it’s about vision, effort, and perseverance. Believe in yourself, work hard, and stay committed. I truly believe that each of you has the potential to achieve great things.

Thank you, and keep moving forward with confidence!

Tuesday, 1 July 2025

The Power of Rising Early: How Waking Up at 5 AM Can Transform Your College Life

College is a time of growth, opportunity, and challenge. Many students struggle to balance academics, extracurricular activities, and personal life. But what if there was a simple habit that could help you achieve more, feel better, and set you on the path to long-term success? That habit is getting up at 5 AM.

Why Wake Up at 5 AM?

Waking up early is a common trait among successful people. From CEOs to athletes, many attribute their productivity and achievements to an early start. Here’s why:

  • Quiet, Undisturbed Time: Early mornings are peaceful. No distractions from social media, friends, or roommates.
  • Boosted Productivity: Studies show that our minds are fresher and more focused after a good night’s sleep.
  • Time for Self-Improvement: You can dedicate time to reading, exercise, or planning your day.
  • Reduced Stress: Starting your day early gives you a head start, reducing the anxiety of rushing.

How to Build the 5 AM Habit

Forming a new habit isn’t easy, but with the right approach, you can make it stick.

1. Set a Clear Goal

Decide why you want to wake up early. Is it to improve your grades, develop a new skill, or simply have more time for yourself? A clear purpose will keep you motivated.

2. Gradually Adjust Your Schedule

Don’t try to make a drastic change overnight. If you currently wake up at 8 AM, start by waking up 15-30 minutes earlier each day until you reach your goal.

3. Create a Nighttime Routine

Go to bed early enough to get at least 7 hours of sleep. Avoid screens an hour before bed, and try reading or meditating to wind down.

4. Plan Your Morning

Have a set plan for what you’ll do when you wake up. This could include:

  • Reading textbooks or novels
  • Reviewing notes or preparing for exams
  • Exercising or stretching
  • Meditating or journaling
  • Planning your day

5. Stay Consistent

Consistency is key. Even on weekends, try to stick to your routine. It will help your body clock adjust and make waking up early easier.

Activities to Maximize Your Morning

Here’s how you can structure your morning for maximum benefit:

Time

Activity

Purpose

5:00 – 5:15

Hydrate & Freshen Up

Wake up your body

5:15 – 5:45

Exercise or Stretching

Boost energy and focus

5:45 – 6:30

Reading/Studying

Deep focus learning

6:30 – 7:00

Journaling/Planning

Set goals and intentions

7:00 – 7:30

Healthy Breakfast

Fuel your day


Benefits You’ll Notice

  • Improved Grades: More time for focused study and revision
  • Better Health: Regular exercise and proper sleep
  • Personal Growth: Time for reading, reflection, and new hobbies
  • Confidence: Achieving your goals builds self-belief

Final Thoughts

Waking up at 5 AM is not just about getting up early—it’s about taking control of your life. It’s about discipline, self-respect, and the desire to make the most of each day. Start small, stay consistent, and watch as this one habit opens doors to countless opportunities.

Remember: The journey of a thousand miles begins with a single step—or, in this case, a single early morning. Try it for a month and see the difference it makes!

Monday, 30 June 2025

The Vital Role of Summer Vacation in Rejuvenation and Environmental Stewardship

Summer vacation holds immense significance for both students and teachers as a much-needed period to rejuvenate after months of rigorous academic work and teaching. This break offers a perfect opportunity to refresh the mind and body, promoting mental, physical, emotional, and social well-being. Many choose to spend this time visiting scenic and tranquil places, which helps to relieve stress and foster a positive outlook. However, beyond relaxation, summer vacation presents a unique chance for students to engage deeply with nature—a teacher unlike any other.

Nature imparts invaluable lessons that cannot be learned solely from textbooks. The summer season is especially vibrant, with plants thriving vigorously, seeds germinating, and new life blossoming all around. This natural phenomenon provides an ideal setting for students to actively participate in environmental care by planting trees and nurturing them. Planting trees is not just an act of beautification; it is a profound contribution to the planet’s health and sustainability.

Engaging students in planting trees during their summer break encourages a sense of responsibility and connection with the environment. It teaches patience, care, and the importance of nurturing life. Moreover, caring for these young trees—watering them regularly, protecting them from harm caused by animals such as cows or other herbivores, and ensuring they grow strong—instills lifelong values of stewardship and respect for nature.

Unused or barren lands around homes, schools, or communities can be transformed into green spaces by sowing seeds or planting saplings. Such efforts help combat environmental degradation, improve air quality, and provide habitats for various species. The act of nurturing a tree from a fragile sapling to a sturdy plant is a rewarding experience that fosters environmental consciousness and a sense of accomplishment among students.

In conclusion, summer vacation is not only a time for rest and relaxation but also an opportunity to cultivate a deeper relationship with the natural world. By planting and caring for trees, students contribute meaningfully to the environment while learning essential life skills. This harmonious blend of rejuvenation and environmental responsibility makes summer vacation truly enriching and impactful.

Sunday, 29 June 2025

Public Speaking is a Skill

Public speaking is not just about standing on a stage and speaking in front of a crowd. It is a powerful tool to express our thoughts, share our ideas, and connect with people. Whether you're in school, college, or at a workplace in the future, the ability to speak confidently in public will help you stand out and succeed.

But let me be honest — public speaking is not easy for everyone. In fact, many people feel nervous or scared when they have to speak in front of others. This fear is normal. Even the greatest speakers in history faced it. The good news is that public speaking is a skill — and skills can be learned and improved.

Here are a few things our students can do to become better public speakers:

1. Practice regularly – Speak in front of a mirror or with friends.

2. Know your topic well – The more you understand what you are saying, the more confident you’ll feel.

3. Make eye contact – It builds trust and keeps your audience engaged.

4. Speak clearly and slowly – Rushing can make you hard to understand and shows nervousness.

5. Believe in yourself – Confidence is the key. Everyone makes mistakes — don’t let that stop you.

Public speaking also improves our communication skills, boosts self-confidence, and teaches us how to handle pressure.

So, dear student friends, let us take every opportunity we get — whether it's a morning assembly, a classroom presentation, or a speech competition — to practice public speaking. Let us turn our fear into strength and become the voices of the future.

Thank you and have a wonderful day!

ম'বাইল আসক্তি আৰু ইয়াৰ শিক্ষাৰ ওপৰত কু-প্ৰভাৱ

আজিৰ যুগ তথ্য-প্ৰযুক্তিৰে সমৃদ্ধ যুগ বুলি স্বীকৃত। এই যুগত ম'বাইল ফোন হৈছে এক অপৰিহাৰ্য আহিলা। শিক্ষাৰ পৰা আৰম্ভ কৰি দৈনন্দিন জীৱনৰ সকলো...